
তামুলপুৰৰ অন্যতম মহিলা সংগঠন নিৰ্মলা মহিলা সমাজে অসমৰ সংগীত জগতৰ এগৰাকী স্বনামধন্য সংগীত শিল্পী দীপালী বৰঠাকুৰক গুৱাহাটীৰ নিজ বাসভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে ।
নিৰ্মলা মহিলা সমাজ, তামুলপুৰৰ হিৰন্ময়ী দাস, বিজু বৰবৰুৱা, কিৰণ মজুমদাৰৰ নেতৃত্বত যোৱা ২২ আগষ্টৰ দিনা শিল্পীগৰাকীৰ গুৱাহাটীৰ বাসভৱনত গৈ দীপালী বৰঠাকুৰক মানপত্ৰ, গামোচা, এড়ী চাদৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।
- Log in to post comments
- 9 views