হাইমাদ্ৰাছাত কম্পাৰমেন্টেল পৰীক্ষাত উত্তীৰ্ণ শূন্য অসমৰ ৪খনকৈ জিলা

A

নিউজ ডেস্ক:

হাইমাদ্ৰাছা কম্পাৰটমেন্টেল পৰীক্ষাত উত্তীৰ্ণৰ হাৰ শূণ্য হ'ল অসমৰ ৪খনকৈ জিলাত।পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ  পিছতো উত্তীৰ্ণৰম নহল জিলা ৪খনকৈ জিলাত।শূণ্য শতাংশ উত্তীৰ্ণ কাছাৰ, শিৱসাগৰ, যোৰহাট আৰু কোকৰাঝাৰ জিলা।

উল্লেখ্য যে কাছাৰত মুঠ ৮গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীন হৈছিল যদিও উত্তীৰ্ণ নহল এজনো।কোকৰাঝাৰত আছিল ৫গৰাকীকৈ পৰীক্ষাৰ্থী।একেদৰে যোৰহাটত ২গৰাকী, শিৱসাগৰত ১গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীন হৈছিল।ছেবাই আজি ঘোষণা কৰিছে ফলাফল।

Your Comments