ব্ৰঞ্জৰ পদকৰ বাবে ভাৰতৰ হৈ যুঁজিব বজৰং পুনিয়াই

Bajrang Punia

আজি ভাৰতৰ হৈ অলিম্পিকত ব্ৰঞ্জৰ পদকৰ বাবে মল্লযুঁজৰ ৬৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বজৰং পুনিয়াই। 

উল্লেখ্য যে ছেমি ফাইনেলত আজাৰবাইজানৰ হাজী আলিয়েভৰ হাতত ৫-১২ ৰ ব্যৱধানত পৰাস্ত হৈছিল পুনিয়া ৷ দেশবাসীৰ আশা পুনিয়াই ব্ৰঞ্জৰ পদকৰ বাবে যুঁজ দি পদক লাভ কৰিবলৈ সক্ষম হ’ব ৷

Your Comments