নৱগ্ৰহত সম্পন্ন হ'ব প্ৰয়াত তৰুণ গগৈৰ শেষকৃত্য

Tarun Gogoi

গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য।এই কথা ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

উল্লেখ যে গগৈৰ শেষকৃত্যৰ বাবে সুকীয়া স্থান বিচাৰিছিল যদিও চৰকাৰে গুৱাহাটীত সুকীয়া স্থান দিবলৈ নোৱাৰাত নৱগ্ৰহতে শেষকৃত্য সম্পন্ন কৰাৰ কথা ঘোষণা কৰে বৰাই।

Your Comments