কাশ্মীৰৰ আকাশমাৰ্গত উৰিছে অচিন বস্তু...

Drone

ভাৰত-পাকিস্তানৰ সীমান্তত উৰিছে এক অচিন বস্তু। এই অচিন বস্তুবিধক প্ৰথমাৱস্থাত ড্রোন বুলি সন্দেহ কৰা হৈছিল যদিও এতিয়া জানিব পৰা গৈছে যে সেইটো ড্রোন আছিল নে অন্য কিবা আছিল অদ্যপি নিশ্চিত হ’ব পৰা নাই ।

দেওবাৰে ৰাতিপুৱা এই ঘটনাক কেন্দ্র কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে পাকিস্তান সীমান্তৰ মেন্ধৰ চেক্টৰত ।

অনুমান কৰা হৈছে পাকিস্তানৰ চোৰাংচোৱা ড্রোন ভাৰতৰ আকাশমাৰ্গত উৰুৱা হৈছে । বৰ্তমান সেইটো ড্রোন আছিলনে নাই,সেই কথা জানিবলৈ চেষ্টা চলাইছে ভাৰতীয় সেনাই ।

Your Comments