নিয়োগ কেলেংকাৰীৰ বিৰুদ্ধে নলবাৰীত 'আছু'ৰ প্ৰতিবাদ

Nalbari AASU

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰীত আছুৰ প্ৰতিবাদ।আৰক্ষী বিভাগৰ উপ-পৰিদৰ্শকৰ চাকৰিৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা অথবা নিয়োগ কেলেংকাৰীৰ প্ৰতিবাদত বৃহস্পতিবাৰে নলবাৰী চহৰৰ জৈন মন্দিৰৰ সমীপত নলবাৰী জিলা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।

Your Comments