ভাৰতত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই  অতিক্ৰম কৰিলে ৫০ লাখ

ভাৰতত ক'ৰ'নাৰ দ্রুত সংক্ৰমণ অব্যাহত আছে।একেবাৰে শেহতীয়া তথ্য মতে দেশত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিলে।বিগত ২৪ ঘণ্টাত প্ৰায় ৮২ হাজাৰজন লোক ক'ৰ'না আক্ৰান্ত হয়।বৰ্তমানলৈ দেশত ৮২,০৩৮ জন লোকৰ ক'ভিড ১৯ আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

Your Comments

Related Articles