পুৱাই আৰু ৭জন লোক ৰাজ্যত ক'ৰ'না আক্ৰান্ত:২৬৬লৈ বৃদ্ধি মুঠ সংখ্যা

Pic

পুৱাই ৰাজ্যত আৰু ৭ জন লোকৰ দেহত ধৰা পৰিছে ক'ৰ'না ভাইৰাছৰ উপস্থিতি।সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত ধৰা পৰিছে আক্রান্ত ৬জন।তেওঁলোক হোজাইৰ।অন্য এজন ধুবুৰীত কোৱাৰেণ্টাইন হৈ আছে।এই কথা সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত ২৬৬জনলৈ বৃদ্ধি পালে আক্রান্তৰ মুঠ সংখ্যা।

Your Comments