ৰাজ্যত ২৮জনলৈ বৃদ্ধি পালে ক'ৰ'না আক্রান্তৰ সংখ্যা

Pic

পুনৰ অসমত ক'ৰ'না ভাইৰাছত আক্ৰান্ত হ'ল এজন।হাইলাকান্দি জিলাত নতুনকৈ ধৰা পৰিছে আক্রান্তগৰাকী।সেই অনুসৰি ২৮ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা।উল্লেখ্য যে আক্ৰান্ত ব্যক্তিগৰাকীয়ে কিছুদিন পূৰ্বে ভ্ৰমণ কৰিছিল ছৌদী আৰব।

Your Comments