দীপালী বৰঠাকুৰক সম্বৰ্ধনা তামুলপুৰ নিৰ্মলা মহিলা সমাজৰ

দীপালী বৰঠাকুৰক সম্বৰ্ধনা তামুলপুৰ নিৰ্মলা মহিলা সমাজৰ

তামুলপুৰৰ অন্যতম মহিলা সংগঠন নিৰ্মলা মহিলা সমাজে অসমৰ সংগীত জগতৰ এগৰাকী স্বনামধন্য সংগীত শিল্পী দীপালী বৰঠাকুৰক গুৱাহাটীৰ নিজ বাসভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে ।

নিৰ্মলা মহিলা সমাজ, তামুলপুৰৰ হিৰন্ময়ী দাস, বিজু বৰবৰুৱা, কিৰণ মজুমদাৰৰ নেতৃত্বত যোৱা ২২ আগষ্টৰ দিনা শিল্পীগৰাকীৰ গুৱাহাটীৰ বাসভৱনত গৈ দীপালী বৰঠাকুৰক মানপত্ৰ, গামোচা, এড়ী চাদৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে । 

Your Comments