২৯ মাৰ্চৰ পৰা 'আইপিএল-২০২০'

Pic

২০২০ বৰ্ষৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ(আইপিএল) আৰম্ভ হ'ব ২৯ মার্চৰ পৰা।প্ৰথম খেলখন হ'ব মুম্বাইৰ প্ৰসিদ্ধ ৱাংখেড়ে ষ্টেডিয়ামত।এই খেলখনত ২০১৯ বৰ্ষৰ 'আইপিএল' চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ অৱতীৰ্ণ হ'ব।

Your Comments