নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিলাসীপাৰাত প্ৰতিবাদ 

Pic

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম:

সমগ্ৰ ৰাজ্যৰ লগতে ধুুবুৰী জিলাৰ বিলাসীপাৰাতো সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) বাতিলৰ দাবীত বাওঁ গনতান্ত্রিক মঞ্চ(এল ডি এফ) অসমৰ আহ্বানত প্ৰতিবাদী কাৰ্য্যসূচী  ৰূপায়ণ কৰে।

Your Comments