অঘটন!বিশ্বকাপ ক্ৰিকেটত বাংলাদেশে পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক

bangladex

নিউজ ডেস্ক:
বিশ্বকাপ ক্ৰিকেটত অঘটন।'দ্য অভেল'ত বাংলাদেশে শক্তিশালী দক্ষিণ আফ্ৰিকাক ২১ ৰাণত পৰাস্ত কৰে।মুছফিকুৰ ৰহমানৰ ৭৮,ছাকিব উল হাছানৰ ৭৫ ৰণৰ উল্লেখযোগ্য বৰঙণিৰে বাংলাদেশে প্ৰথমে বেটিং কৰি ৩৩০ ৰাণ কৰে।


প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ৫০ অভাৰত ৮ উইকেটত ৩০৯ ৰাণ কৰে।দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ফেফ ডুপ্লেছিয়ে ৬৩ ৰাণ কৰে।

Your Comments