সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিল অভিনেত্ৰী জুপিতৰা ভূঞা

 A

 

নিউজ ডেস্ক:
সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিল অভিনেত্ৰী জুপিতৰা ভূঞা ৷তৃণমূল কংগ্ৰেছত যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে।তৃণমূল কংগ্ৰেছৰ প্ৰদেশ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে জুপিতৰা ভূঞা।২০২৪ৰ লোকসভা নিৰ্বাচনত জুপিতৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব পাৰে বুলিও আলোচনা আৰম্ভ হৈছে ৷

Your Comments