জাগীৰোডৰ ছতাবৰী গাঁঁৱত নৰা কটা পৰ্ব

Pic

জাগীৰোডৰ পৰা দীপক কলিতা:

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে হেপাহৰ ভোগালীক আদৰাৰ পৰ্ব। জাগীৰোডৰ ছতাবৰী গাঁঁৱৰ ৰাইজে নৰা কাটি ভোগালীৰ উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ আশাৰে মঙলবাৰে সকলোৱে নৰা কাটিবলৈ আহে।গাঁঁৱৰ ডেকা,বুঢ়া, জীয়ৰী,বোৱাৰী সকলোৱে পথাৰত নৰা কটাত ব্যস্ত হৈ পৰে৷

Your Comments