দিছপুৰৰ চৰকাৰী বাসগৃহত তৰুণ গগৈৰ নিথৰদেহ

Tarun Gogoi

পুষ্পসজ্জিত বাহনত চৰকাৰী বাসভৱনত নিথৰ দেহ হৈ আহিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা দিছপুৰৰ বাসগৃহলৈ অনাৰ পিছতে শোকাকূল পৰিৱেশ বিৰাজ কৰে।

গগৈৰ নশ্বৰদেহৰ গৃহযাত্ৰাত সংগ দিয়ে পুত্ৰ গৌৰৱ গগৈ,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,বিধায়ক ৰেকিবুদ্দিন আহমেদ,মানস বৰা, ৰূপজ্যোতি কুৰ্মী আদিৰ লগতে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই।

চৰকাৰী বাসগৃহত কিছুসময় ৰখাৰ পিছতে জনতা ভৱন,ৰাজীৱ ভৱনলৈ নিয়া হ'ব।

Your Comments