"বিজেপি-বিপিএফৰ ২০১৬ৰ মিত্ৰতা আজি অন্তিম পৰ্যায়ত"-বিশ্বজিৎ দৈমাৰী

BD

*ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ বিশ্বজিৎ দৈমাৰীৰ*

বিপিএফৰ সদ্য পদত্যাগী নেতা নেতা বিশ্বজিৎ দৈমাৰীয়ে শনিবাৰে ত্যাগ কৰিলে ৰাজ্যসভাৰ সাংসদ পদ।সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে বিপিএফৰ সাংসদগৰাকীয়ে।

বিজেপিত যোগদান কৰিব লগা সাংসদগৰাকীয়ে গুৱাহাটীৰ হোটেল লিলিত সংবাদমেল সম্বোধন কৰি কয়-"বিজেপি-বিপিএফৰ ২০১৬ৰ মিত্ৰতা আজি অন্তিম পৰ্যায়ত।"

ইফালে,বিপিএফৰ বিধায়ক ইমানুৱেল মোচাহাৰীয়েও যোগদান কৰিব বিজেপিত।

Your Comments