গোলাঘাটত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

গোলাঘাটত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

আজি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত বৰ্তমান অসমৰ বান পৰিস্থিতিলৈ লক্ষ্য কৰি চীন, ভূটান, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ নিৰ্মীয়মাণ তথা প্ৰস্তাৱিত সকলো নদীবান্ধ বন্ধ কৰা আৰু বানপানী, গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰি জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

Your Comments