ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট

ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি চীন, ভূটান, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিত প্ৰস্তাৱিত আৰু নিৰ্মীয়মাণ সকলো বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধ কৰা আৰু অসমৰ বানপানী-গৰাখহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীত আজি ধুবুৰীত অৱস্থান ধৰ্মঘট পালন কৰা হয় ।

ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট

ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্র মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি  ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।
 

Your Comments