"য'ত আছে তাতে থাকক,গুৱাহাটী বা অসম এতিয়া সুৰক্ষিত নহয়"-ডঃ হিমন্ত বিশ্ব শৰ্মা

Pic

বহি:ৰাজ্যত থকা অসমবাসীক উদ্দেশ্য কৰি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান-"য'ত আছে তাতে থাকক।গুৱাহাটী বা অসম এতিয়া সুৰক্ষিত হৈ থকা নাই।"

শুকুৰবাৰে ৰাজ্যত এটা দিনত সৰ্বাধিক ৪৯জন ক'ৰ'না আক্রান্ত ধৰা পৰাৰ পিছতে তাৎপৰ্যপূর্ণভাৱে তেওঁ কয়-"বহুতে ভাবিছে গুৱাহাটীখন এতিয়া সুৰক্ষিত।কিন্তু  গুৱাহাটী পৰিৱেশৰ লাহে লাহে অৱনতি ঘটিছে।"

"গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ক'ৰ'না ৰোগীৰ বাবে থকা আসন সম্পূৰ্ণ হৈছে।যিসকল নতুনকৈ এতিয়া আক্রান্ত হ'ব সেইসকলক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হ'ব"-মন্ত্ৰী ডঃ শৰ্মাই কয়।

Your Comments