ক'ৰ'না ভাইৰাছত আক্ৰান্ত ছৌদী আৰবৰ শাসনাধীষ্ঠ ৰাজ পৰিয়াল

ক'ৰ'না ভাইৰাছত বিশ্বৰ ৰাজনৈতিক নেতা আক্ৰান্ত হোৱাৰ ধাৰা অব্যাহত আছে।ছৌদী আৰবৰ শাসনাধীষ্ঠ শ্বাহী পৰিয়ালৰ ১৫০ গৰাকী সদস্য বৰ্তমান ক'ৰ'না আক্ৰান্ত।দেশখনৰ প্ৰিন্স ফৈজল বিন আব্দুল আজিজক এতিয়া চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে।ৰাজ পৰিয়ালৰ সদস্যসকলে সঘনে কৰা ইউৰোপ ভ্ৰমণতে তেওঁলোক ক'ৰ'না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা কৰা হৈছে।

Your Comments