
ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :
সোমবাৰে ওদালগুৰি জিলাত নিখিল বড়ো ছাত্ৰ সন্থা,এন ডি এফ বি(প্ৰ),এন ডি এফ বি (ৰঞ্জন),ইউ পি পি এল আৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত এক বিশাল গণ সমাবেশ অনুষ্ঠিত কৰাৰ লগতে এক বিশাল ৰেলীয়ো উলিওৱা হয়।
চহৰখনৰ বডোফা পাৰ্কৰ পৰা নলবাৰী খেলপথাৰলৈ ওদালগুৰি চহৰৰ মাজেৰে উলিওৱা এই ৰেলীত হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ ন' বড়োলেণ্ড ন' ৰেষ্ট , ডিভাইদ আছাম ৫০-৫০ ধ্বনিৰে আকাশ বতাহ কপাই তোলে।
- Log in to post comments
- 10 views