সমগ্ৰ ভাৰতবৰ্ষৰ লগতে গহপুৰ মহকুমা প্ৰশাসনৰ দ্বাৰা কেন্দ্ৰীয়ভাৱে ৭২সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰা হয় ।
অনুষ্ঠানটোত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ব্যক্তিসকলক পুৰষ্কাৰ বিতৰণ কৰা হয় ।
অনুষ্ঠানটোত অংশগ্ৰহণ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই।
 
- Log in to post comments
 - 4 views
 
    
