স্বাধীনতা দিৱস উপলক্ষে গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

৭২সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই কুইজ প্ৰতিযোগিতাত গহপুৰ মহকুমাৰ বহুকেইটা দলে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 612 views
