
তথ্য-প্ৰযুক্তি কোম্পানী ৱিপ্ৰ'ৰ অধ্যক্ষ বিলিয়নাৰ আজিম প্ৰেমজীয়ে সমাজ হিতকৰ কাৰ্যৰ বাবে দান কৰিলে ৫২,৭৫০ কোটি টকা।আজিম প্ৰেমজী ফাউন্ডেচেনে জনোৱা অনুসৰি উল্লিখিত বজাৰ মূল্যৰ শ্বেয়াৰ বিক্ৰী কৰাৰ জৰিয়তে প্ৰেমজীয়ে সামাজিক উন্নয়নৰ বাবে দান কৰা ধনৰ পৰিমাণ ১,৪৫০০০ কোটি টকা হ'লগৈ।
- Log in to post comments
- 45 views