বিজেপিৰ মিত্ৰতাত খহনীয়া আৰম্ভ
* বিজেপিৰ প্ৰতি অসমবাসীৰ লগতে মোহভংগ লৈছে দেশবাসীৰ৷
* অগপই ইতিমধ্যেই ত্যাগ কৰিলে বিজেপিৰে মিত্ৰতা৷

* ওড়িশাৰ বিজু জনতা দলৰ বিজেপিৰ লগত নথকাৰ সিদ্ধান্ত৷

* মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বাধীন এন পি পি-ই বিজেপিৰ সংগ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব৷

- Log in to post comments
- 190 views
