
নিউজ ডেস্ক:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয়।ছাত্ৰ একতা সভাৰ অধিক পদতে জয়লাভ আছু সমৰ্থিত প্ৰাৰ্থীৰ।১৮টা পদৰ ১৪টাতে জয়লাভ আছু প্ৰাৰ্থীৰ।উল্লেখ্য যে সাধাৰণ সম্পাদকত জয়লাভ অভিলাষ শইকীয়া, সভাপতি বিকাশ মিচিং, উপ-সভাপতি পাৰ্থ প্ৰতিম সোণোৱাল, তৰ্ক আৰু আলোচনী বিভাগত মৃদু পৱন দত্ত জয়ী হয়।
উল্লেখ্য যে ,শুকুৰবাৰে পুৱাৰ পৰা আৰম্ভ হৈছিল নিৰ্বাচনৰ ভোটগ্ৰহণ।
- Log in to post comments
- 16 views