
দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সিদ্ধান্ত খাৰিজ কৰিলে।দিল্লী চৰকাৰৰ হাস্পতালত কেৱল দিল্লীৰ ক'ৰ'না ৰোগী সকলৰ চিকিৎসা কৰা হ'ব বুলি কেজৰি ৱাল সিদ্ধান্ত গ্ৰহণ কৰিছিল।ৰাজ্যপালে দিল্লী চৰকাৰৰ হাস্পতালত সকলো ৰাজ্যৰে ৰোগীৰে চিকিৎসা কৰিবলৈ আদেশ জাৰি কৰিছে।ৰাজ্যপালৰ নিৰ্দেশে এতিয়া দিল্লীৰ বাহিৰৰ ক'ৰ'না ৰোগীসকলক সকাহ প্ৰদান কৰিছে।
- Log in to post comments
- 39 views