১২ দিনৰ পিছতো নিয়ন্ত্ৰণ হোৱা নাই তিনিচুকীয়া জিলাৰ বাঘজানৰ পৰিস্থিতি।বাঘজানত তেল খাদৰ পৰা গেছ নিৰ্গত হৈ বিস্তীৰ্ণ এলেকাৰ জনজীৱনৰ ব্যাপক ক্ষতিসাধন কৰিছে।ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞৰ দলে পৰিস্থিতি অধ্যয়ন কৰি আছে।কিন্তু, এতিয়ালৈকে গেছ নিৰ্গমন বন্ধ হোৱা নাই।
- Log in to post comments
- 13 views