অসুস্থ অৰৱিন্দ কেজৰিৱাল:মঙলবাৰে হ'ব ক'ৰ'না পৰীক্ষা

Kejriwal

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ অসুস্থ হৈ পৰিছে।দেওবাৰৰে পৰা তেওঁ জ্বৰ আৰু ডিঙিত সোপালগা ধৰণৰ সমস্যাত ভুগি আছে।এতিয়া মঙলবাৰে কেজৰিৱালৰ ক'ৰ'না পৰীক্ষা সম্পন্ন কৰা হ'ব।ইতিমধ্যে,কেজৰিৱালে নিজৰ ঘৰত অকলশৰীয়াকৈ থাকিবলৈ লৈছে‌।

Your Comments