ৰঙালী বিহুৰ দ্বিতীয় দিন:আজি অসমীয়াই পালন কৰিছে 'মানুহ বিহু'

Pic

ক'ৰ'না সংকটৰ মাজত আজি অসমীয়াই অনুষ্টুপীয়াকৈ হ'লেও পালন কৰিছে 'মানুহ বিহু'।আজি ৰঙালী বিহুৰ দ্বিতীয় দিনটোত আৰু ব'হাগ মাহৰ ১ তাৰিখে বিভিন্ন পৰম্পৰাৰ মাজৰে 'মানুহ বিহু' পালন কৰা হৈছে।চালৰ খৰ-খজুৱতিৰ পৰা নিজৰ শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ আজি অসমীয়াই মাহ-হালধিৰে গা ধুইছে।নতুন সাজ পৰিধান কৰি সৰুৱে জ্যেষ্ঠজনক সেৱা জনাইছে।জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ আৰু উপহাৰ দিছে।

Your Comments