মেঘালয়ৰ পিছত এইবাৰ অসমতো খোলা হ'ব সুৰা বিপনী।সোমবাৰৰ পৰা ৰাজ্যত গ্ৰাহকৰ বাবে খোলা হ'ব সুৰাৰ বিপনীসমূহ।পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ খোলা থাকিব সুৰাৰ বিপনী।আবকাৰী বিভাগে এই সন্দৰ্ভত জাৰি কৰিলে জাননী।সামাজিক দূৰত্ব মানি চলাৰ লগতে বিপনীসমূহ খোলাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হ'ব সময়।সুৰাৰ বিপনীসমূহ খোলা সন্দৰ্ভত উপায়ুক্তসকলে চূড়ান্ত সিদ্ধান্ত ল'ব পাৰিব।
- Log in to post comments
- 22 views