দেশত ক'ৰ'না আক্রান্ত হৈ ২৭৩ গৰাকী লোকৰ মৃত্যু

Pic

দেশত ক'ৰ'না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে।বৰ্তমানলৈ ভাৰতত ৮,৩৫৬ লোক কৰনা আক্রান্ত হৈছে।মৃত্যু হৈছে ২৭৩ গৰাকী লোকৰ।মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্রান্ত হৈছে।মহাৰাষ্ট্ৰত ১,৮৯৫ গৰাকী লোক ক'ৰ'না পজিটিভ।

Your Comments