অভিশপ্ত ৩০ অক্টোবৰক সুৱঁৰি বাহাৰঘাটত 'আছু'ৰ বন্তি প্ৰজ্বলন

Pic

নৰেন শৰ্মা, বাহাৰঘাট:

অভিশপ্ত ৩০ অক্টোবৰৰ বিস্ফোৰণত নিহতসকলৰ স্মৃতিত আৰু আহতসকলৰ প্ৰতি  সহমৰ্মিতা  প্ৰকাশ  কৰি বাহাৰঘাট এম ভি স্কুল চৌহদৰ শ্বহীদ বেদীত বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক বন্তি প্ৰজ্বলন কৰে৷ বুধবাৰে ছয় বজাত পঃবঃধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিৰঞ্জন চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন উদ্বোধন কৰে৷অনুষ্ঠানত আঞ্চলিক 'আছু'ৰ বিষয়ববীয়াসকলৰ লগতে প্ৰাক্তন আছু কৰ্মীয়ে সহযোগ কৰে৷

Your Comments