হাজোৰ চৰাবড়ীত জৰুৰী অৱতৰণ ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰৰ 

Pic

হাজোৰ পৰা কমলাকান্ত দাস:


হাজোৰ চৰাবড়ীৰ ধাননি পথাৰত ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্টাৰে  জৰুৰীভাৱে অৱতৰণ কৰে।যান্ত্ৰিক বিজুতি ঘটি অৱতৰণ কৰা বায়ু সেনাৰ হেলিকপ্টাৰখনৰ নং জেদ এ ৪১০।জৰুৰীভাৱে  অৱতৰণ কৰাৰ ফলত হেলিকপ্টাৰখনৰ পাইলটসহ তিনি আৰোহী কথমপি মৃত্যুৰ পৰা ৰক্ষা পৰে।

Helicoptar

হেলিকপ্টাৰখন চাবলৈ চৰাবড়ীত অগনন লোকৰ সমাগম হয় ।

Your Comments