হাজোত পথৰ আধাৰশিলা স্থাপন সাংসদ কুইন ওজাৰ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই মঙলবাৰে হাজোত তিনিটা পথৰ আধাৰশিলা স্থাপন কৰে।হাজোৰ ৰামদিয়াৰ নদীয়াৰ পৰা মুছলিমপাৰা পথ , নতুন শনিয়াদীৰ পৰা দেহৰকুৰিহা মছজিদ পথ আৰু দিহিনাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত হ'বলগীয়া পথকেইটাৰ আধাৰশিলা স্থাপন কৰে।এই  আধাৰশিলা স্থাপন কাৰ্যসূচীত  উপস্থিত থাকে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া,যুৱনেতা ৰাতুল শৰ্মা,জীতু পাটোৱাৰী,হাজো বিজেপিৰ সভাপতি নৱজোতি দাস ।

Your Comments