বয়স মাত্ৰ ১৬ বছৰ৷ সৌৰভ চৌধাৰী নামৰ এই উদীয়মান শ্বুটাৰজনে এইবাৰৰ এছিয়ান গেমছত জয় কৰিছে সোণৰ পদক৷ ১০ মিটাৰ এয়াৰ পিষ্টলত চূড়ান্ত খিতাপ জিনি সৌৰভে শ্বুটিঙত প্ৰথমটো স্বৰ্ণ  জয়ৰ আনন্দ দিলে দেশবাসীক৷ অষ্টদশ এছিয়ান গেমছত শ্বুটিঙত ভাৰতে এই পৰ্যন্ত ৫টা পদক জয় কৰিছে৷ 
 
- Log in to post comments
 - 17 views
 
    
