লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা বিশিষ্ট সমাজসেৱক সুনীল হাজৰিকাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাবসান ঘটে। ধলপুৰৰ অঘোষিত অভিভাৱক স্বৰূপ সুনীল হাজৰিকাৰ মৃত্যুত সমগ্ৰ আঞ্চলটোতে শোকৰ ছাঁ পৰে ।
- Log in to post comments
- 93 views