'বাহুবলী' তাৰকা প্ৰভাস অভিনীত ছবি ছাহ'ই আজি মুক্তিলাভ কৰিছে।মুক্তি পোৱাৰ পিছতেই ছাহ'ই দৰ্শকৰ যোগাত্মক সঁহাৰি লাভ কৰিছে।ছাহ' উপভোগ কৰি ওলাই অহা দৰ্শকসকলে ছবিখনত প্ৰভাসৰ অভিনয়,এক্সন দৃশ্য,ভিএফএক্সৰ শলাগ লৈছে।প্ৰভাসৰ চমকপ্ৰদ অভিনয় প্ৰত্যক্ষ বহু দৰ্শকে আনকি অভিনেতাজনক 'ৰজা' আখ্যা দিছে।যথেষ্ট সংখ্যক দৰ্শকৰ বাবে ছবিখন 'মাইণ্ডব্লয়িং'।সুজিত পৰিচালিত ছবিখনত প্ৰভাসৰ সৈতে শ্ৰদ্ধা কাপুৰেও অভিনয় কৰিছে।
- Log in to post comments
- 116 views
