দেওবাৰে ইথিঅ'পিয়াৰ ৰাজধানী আডিছ আবাবাত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় চাৰিজন ভাৰতীয়ই।ইয়াৰ ভিতৰত অন্যতম হৈছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ সৈতে জড়িত ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক আঁচনিৰ পৰামৰ্শদাতা শিখা গাৰ্গ।গাৰ্গ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল।দুৰ্ঘটনাটোত ৩৫ খন দেশৰ নাগৰিকৰ মৃত্যু হয়।
- Log in to post comments
- 156 views
