পুনৰ অসমবাসীৰ বাবে এক সু-খবৰ ।
"ভিলেজ ৰকষ্টাৰ্ছ"ৰ সফলতাৰ পাছত ৰিমা দাসৰ দ্বিতীয়খন ছবি "বুলবুল কেন ছি" প্ৰদৰ্শিত হ'ব বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ।

১৪ বছৰ অনূৰ্ধ্ব শিতানত প্ৰদৰ্শিত হ'বলগা ছবিখন নিৰ্মাণ কৰা হৈছে এগৰাকী কিশোৰীৰ জীৱনক লৈ ।
উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ছবিখন টৰণ্টো চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল ।
- Log in to post comments
 - 52 views
 
    
