
নিউজ ডেস্ক:
বৰ্ষীয়ান সাংবাদিক যদু কাকতিৰ দেহাৱসান ।
জানিব পৰা মতে ,দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ। ৯২বছৰ বয়সীয়া কাকতিয়ে জি এম চি এইচতে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৷
- Log in to post comments
- 4 views