 
শনিবাৰে গুৱাহাটী মহানগৰীস্থত লাচিত নগৰত চাৰি মহলীয়া বিল্ডিঙৰ পৰা পিছলি পৰাৰ ফলত মৃত্যু হয়৷ অঘটন । বিপুল নাথ নামৰ লোকজন 
পূবালী হাউছিং কম্প্লেক্সৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল ৷ কম্পেলক্সটোৰ ব্লক-চি চাৰি মহলাত জেনেৰেটৰৰ ছুইচ দিবলৈ গৈ পিছলি তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ ৷ 
 
- Log in to post comments
- 5 views
 
     
 
 
 
 
 

 
 
 
 
 
 
 
 
 
