
অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক তথা অসম আন্দোলনৰ অগ্রণী নেতা সমীৰন বৰদলৈৰ ৩০মে’ দেওবাৰে পুৱা ৭.১২ বজাত যোৰহাটৰ নিজা বাসগৃহত মৃত্যু হয় ৷
উল্লেখ্য যে, অসম সাহিত্য সভাই তিনিদিনীয়া শোক প্রকাশ কৰি সভাৰ সকলো কাৰ্যালয়তে তিনিদিনৰ বাবে পতাকা অৱনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
- Log in to post comments
- 8 views