
ক'ৰ'নাত আক্রান্ত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে বৰা।ক'ৰ'নাত আক্রান্ত হোৱা কথা ফেচবুক যোগে অৱগত কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।
উল্লেখ যে শুকুৰবাৰে বৰাৰ দেহত ধৰা পৰিছে ক'ৰ'নাৰ উপস্থিতি।যোৱা দিনকেইটাত তেওঁৰ সান্নিধ্যত অহা সকলোকে ক'ভিড টেষ্ট কৰাৰো আহ্বান জনাইছে বৰাই।
- Log in to post comments
- 13 views