
২৮মে' শুক্ৰবাৰে হাগ্ৰামা মহিলাৰীৰ লগ এৰা দি বিজেপিত যোগ দিলে দৰঙাজুলি সমষ্টিৰ বিপিএফৰ তিনিবাৰৰ এমচিএলএ তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিপএফৰ পাৰিষদ (এমচিএলএ) বিজিত গৌৰা নাৰ্জাৰীয়ে।
উল্লেখ যোগ্য যে, গৌৰা নাৰ্জাৰীয়ে বৰ্তমান বিজেপি নেতা তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত গুৱাহাটীত আজি বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷
- Log in to post comments
- 22 views