বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হাতত শোচনীয় পৰাজয় বৰণ কৰাৰ পিছত সোমবাৰে বিধায়ক আৱাস খালি কৰা দেখা গ'ল বিধায়িকা আঙুৰলতা ডেকাক।
দিছপুৰ বিধায়ক আৱাসৰ ৪৮নং কুটীৰ যোৱা পাঁচ বছৰে বিধায়িকাগৰাকীৰ ঠিকনা আছিলা।
দেওবাৰে ঘোষিত ফলাফলত বিধায়িকা ডেকা বৃহৎসংখ্যক ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈ এৰিব লগা হৈছে বিধায়ক আৱাস।
- Log in to post comments
- 305 views
