যশস্বী চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ বিয়োগ

 A

 

নিউজ ডেস্ক:
যশস্বী চলচ্চিত্র পৰিচালক, প্ৰযোজক হেমেন দাসৰ আজি পৰলোকপ্ৰাপ্তি ঘটে   ৷ উল্লেখ্য যে ,'যুঁজ', 'গৰখীয়া', 'মৃগনাভি' আদি চিনেমাৰ জৰিয়তে তেখেতে অসমীয়া চলচ্চিত্ৰ জগতলৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে।দাসে ’যুঁজ’ ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ৷
 

Your Comments

Related Articles