
নিউজ ডেস্ক:
শিক্ষক-শিক্ষাৰ্থীৰ অভিযোগৰ পাছতে সলনি কৰি হয় মেট্ৰিক পৰীক্ষাৰ সময় সূচী ।
২০, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীৰ পৰীক্ষাত সালসলনি।
২০ ফেব্ৰুৱাৰীৰ সমাজ বিজ্ঞান পৰীক্ষা হ’ব ১৯ ফেব্ৰুৱাৰীত।
২৬ ফেব্ৰুৱাৰীৰ বিজ্ঞান পৰীক্ষা হ’ব ২৭ ফেব্ৰুৱাৰীত।
আনহাতে ,২৭ ফেব্ৰুৱাৰীৰ ঐচ্ছিক বিষয়ৰ পৰীক্ষা ৯ বজাৰ পৰিৱৰ্তে হ’ব ১-৩০ বজাৰ পৰা।
- Log in to post comments
- 5 views