
নিউজ ডেস্ক:
যুৱ সাংবাদিক সন্থা,অসমৰ ২০২৩ বৰ্ষৰ বিশেষ সন্মান আৰু বঁটা ঘোষণা কৰা হয়। উল্লেখ্য যে,অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকলৈ ‘শ্ৰেষ্ঠ প্ৰিণ্ট মিডিয়া সন্মান’আগবঢ়োৱাৰ লগতে প্ৰতিদিন টাইমৰ নিউজ এংকৰ জুবি শইকীয়ালৈ ‘শ্ৰেষ্ঠ বাতৰি পৰিবেশিকা’ সন্মান প্ৰদান কৰা হয় ।
- Log in to post comments
- 7 views